প্ৰতিকৃতি বা পোৰ্টেইট মানে কোনো ব্যক্তিৰ ছবি। এনে ছবিত ব্যক্তিজনৰ হুবহু প্ৰতিকৃতি অঁকাৰ লগতে ব্যক্তিজনৰ চৰিত্ৰ আৰু ব্যক্তিত্বকো ফুটাই তোলা হয়। নিজৰ ছবি নিজে অঁকা প্ৰতিকৃতিক কয় আত্ম প্ৰতিকৃতি। মই শিকাৰ আৰম্ভনিতে দাপোনত চাই চাই আত্ম প্ৰতিকৃতি আঁকিছিলো। এই কামটো সকলো শিল্পীয়েই কৰা উচিত। ৰেনেচাঁচ যুগৰ শিল্পী সকলে মানুহৰ শৰীৰৰ ওপৰত যছেষ্ট চৰ্চা কৰিছিল আৰু প্ৰতিকৃতি আঁকিছিল। লিউনাৰ্ডোৰ মনালিচা আৰু ভান গঘৰ আত্ম প্ৰতিকৃতিতেনে এখন বিখ্যাত প্ৰতিকৃতি।
- Home
- About Us
- Art & Painting
- Magazine & Novel Books
- School Book
- _Class 9
- __ENGLISH
- _Class 10 (Coming soon)
- English
- _Facts
- _Quotes and Speeches
- _Biography
- _Applications/Letters
- _Essays
- _Story's
- ASSAMESE
- _Facts
- _Poem
- _Assamese Story's
- __Short Story's
- __Love Story's
- __Horror (Coming soon)
- __Thriller ( Coming soon)
- _Letters
- _Essays (Coming Soon)
- _Biography (Coming Soon)
- NEWS


0 Comments