অন্ধ (Blind - A story of sacrificing for love)
Art:- Spandan Gogoi
এবাৰ এক প্ৰেমিকাই বিয়া কৰিব বুলি ঠিক কৰিলে !
বিয়াৰ অলপ দিনৰ আগত ছোৱালী জনিৰ এক্সিডেন্ট হ'ল আৰু তাইৰ চেহেৰা গোটেই নষ্ট হয় গ'ল!
ইয়াৰ পাছত ছোৱালীজনিয়ে ল'ৰাটোলৈ লিখিলে মই তোমাৰ লগত বিয়া হব নোৱাৰিম, কাৰণ মই গোটেই জীৱন এনেকুৱা কুৎসিত হৈয়ে থাকিব লাগিব!
তুমি তোমাৰ কাৰণে সুন্দৰী কোনোবা ছোৱালী বিচাৰি লোৱা, কাৰণ মই তোমাৰ যোগ্য নহয় !
সি তাৰ প্ৰেমিকাৰ পৰা উত্তৰ পালে আৰু প্ৰেমিকালৈও পঠিয়ালে-
যিকি নহওক তোমাৰ সমস্যা মই বুজিছো আৰু মোৰো নিজ এটা সমস্যা হৈছে মোৰ চকুৰ সমস্যা হৈছে ডাক্তৰে কৈছে - মই অন্ধ হয় থাকিব লাগিব !
ইয়াৰ পাছতো যদি তুমি মোক গ্ৰহণ কৰিব পাৰা তেতিয়া হ'লে মইও তোমাক বিয়া কৰিব সাজু আছো !
এইভাবেই সিহঁতৰ বিয়া হ'ল আৰু ভালপোৱা বুজা বুজিৰ আৰু আনন্দত ২০ বছৰ পাৰ কৰিলে ।
ছোৱালী জনী অন্ধ স্বামীৰ চকুৰ আলো আৰু পথ প্ৰদৰ্শক হয় থাকে ।
ইয়াৰ পাছত এদিন ছোৱালী জনীৰ মৃত্যু শয্যাত যুজি আছে, কিন্তু মনত এটাই ভাৱ যে তাইৰ প্ৰিয়তমক আকৌ অন্ধ অবস্থাত এৰি গুচি যাব !!
শেষ পৰ্যন্তত ছোৱালীৰ মৃত্যু হয় ! সিইদিনা তাইৰ স্বামীয়ে সকলোকে অবাক কৰি দি চকু খুলিলে ।
সি ক'লে মই অন্ধ নাছিলো, মই ভাও হে কৰি আছিলো যে মই অন্ধ কাৰ্ৰণ তাই যাতে মোৰ আগত অসুন্দৰতা চেহেৰাতোক নিজকে কেতিয়াও সৰু বুলি মনত ভাবিব নোৱাৰে ।
কাৰণ মোৰ ভালপোৱা তাইৰ চেহেৰৰ প্ৰতি নাছিল, মোৰ ভালপোৱা আছিল তাই মনৰ প্ৰতি !!
এইটোৱেই সত্যকালৰ ভালপোৱা আৰু সত্য কালৰ ভালপোৱা এনেকুৱাই হয় !!
Like, Comment, and Share with all...

0 Comments