ই-মেইল ঠিকনাত @ চিনটোৱে কি বুজায় ? সকলো ই-মেইল ঠিকনাত এই চিনটো থাকে কিয়?

ই-মেইল ঠিকনাত @ চিনটোৱে কি বুজায় ? সকলো ই-মেইল ঠিকনাত এই চিনটো থাকে কিয়?

 

      -মেইল ঠিকনাত @ (উচ্চাৰণ এট্) চিনটোৱে নিৰ্দিষ্ট একাউণ্ট হ'ল্ডাৰ‍ৰ ডাটাবেছ থকা ছাৰ্ভাৰ বা গ্ৰাহক সেৱাৰ বিষয়ে নিৰ্দিষ্টকৈ জনায়। অৰ্থাৎ, সেই ই-মেইল একাউণ্ট হ'ল্ডাৰ‍ৰ ডাটাবেছ থকা ছাৰ্ভাৰটো ক'ত আছে সেইবিষয়ে আমি জানিব পাৰো। উদাহৰণ স্বৰূপে 'abc@yahoo.com/abc@gmail.com' নামৰ ই-মেইল ঠিকনাটোৰ @ চিনটোৱে ই-মেইল একাউন্ট ব্যৱহাৰকাৰীৰ নাম (abc) আৰু গ্ৰাহক মূৰ‍ৰ (receiving end) নাম (এইক্ষেত্ৰত yahoo, য'ত একাউন্টৰ ডাটাবেছ ৰাখ হৈছে। ইণ্টাৰনেট ৱৰ্ক ইনফৰ্মেচন চেন্টাৰ‍ৰ (Internet work Infornation Center) সিদ্ধান্ত অনুসৰি @ আৰু এনেধৰণৰ আন চিনবোৰক সমগ্ৰ বিশ্বতে একেটা অৰ্থ‍ত ব্যৱহাৰ কৰিবলৈ লোৱা হৈছে।

Post a Comment

0 Comments