আমি কিয় গোন্ধ মনত ৰাখীব নোৱাৰো?

আমি কিয় গোন্ধ মনত ৰাখীব নোৱাৰো?


         গোন্ধ হ'ল মানুহ আৰু কিছুমান জন্তুৱেহে পাব পৰা এক বিশেষ ইন্দ্ৰিয়ানুভূতি। এই অনুভূতি, জন্তু আৰু আদিম মানৱৰ পূৰ্বৱতী প্ৰাণীবোৰ‍ৰ ক্ষেত্ৰ‍ত বৰ শক্তিশালী। নাকৰ ও‍প‍ৰ‍ৰ অংশত থকা অলফেক্টৰী (Alfactory) স্নায়ু বা গোন্ধজনিত স্নায়ুত থকা স্নায়ু ফিলামেণ্টবোৰেহে আমাৰ নাকত গোন্ধৰ অনুভূতিৰ সৃষ্টি কৰে। মগজুৰ লগত সেইবোৰ‍ৰ বিশেষ সম্পৰ্ক নাথাকে। সেইবাবে কোনো বস্তু নাকৰ ওচৰ‍ৰ পৰা আঁতৰাই দিয়াৰ লগে লগে আমি গোন্ধটো পাহৰি থাকো।



Post a Comment

0 Comments