ইকেবানা (Ikebana) কি ?

ইকেবানা (Ikebana) কি ?

    
   

       ইকেবানা হ'ল এক প্ৰকাৰ জাপানী পুষ্প কলা বা পুষ্পসজ্জা। উচ্চভাৱে বিকশিত ৰীতিত আৰু জটিল প্ৰতীকী ৰূপত সজোৱা এই অন‍ন্য প্ৰকাৰ‍ৰ সূক্ষ্ম কলাপূৰ্ণ পুষ্পসজ্জা জাপানী সংস্কৃতিৰ এক অন‍ন্য বৈশিষ্ট্য। জনশ্ৰুতিমতে বুদ্ধক ভক্তসকলে আনুষ্ঠানিকভাৱে ফুলেৰে শ্ৰদ্ধা জনোৱা পৰম্পৰাগত ৰীতিৰ লগত ইকেবানাৰ সম্পৰ্ক আছে । 


Post a Comment

0 Comments