প্ৰতি
ৰেশ্বনিং অফিচাৰ আবেদনকাৰীৰ ঠিকনা
(.....জোন) তাৰিখ --
(ঠিকনা)
মহাশয়,
মই আপোনাক জনাব বিচাৰিছো যে, দুৰ্বাগ্যবশতঃ যোৱা...... তাৰিখে মোৰ ৰেশ্বন কাৰ্ডখন (সম্ভৱ হ'লে নম্বৰ দিব লাগিব) হেৰাই গৈছে।
অনুগ্ৰহ কৰি এই আবেদন পোৱাৰ পিছত মোৰ নামত এখন ডুপ্লিকেট ৰেশ্বন কাৰ্ড ইছু কৰিব। ইয়াৰ বাবে প্ৰয়োজনীয় ফিজ (যদি লাগে) দিবলৈ মই ৰাজি আছো।
মই নিশ্চিত যে, বিষয়টোৰ গুৰুত্ব বুজি যিমান সোনকালে সম্ভৱ আপুনি প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিব।
ধন্যবাদ । আপোনাৰ বিশ্বাসী
.................


0 Comments