অফিচৰ ঠিকনা
মহাশয়,
মই আপোনাৰ এই বিষয়ে দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছো যে, মই আগতে পৰিয়ালসহ...... বাস কৰিছিলো আৰু সেই অঞ্চলৰ ৰেশ্বন দোকানৰ পৰাই ৰেশ্বন লৈছিলো। কিন্তু বৰ্ত্তমান মই নিম্নলিখিত ঠাইলৈ ঘৰ বদলি কৰিছো । এতিয়া আৰু আগৰ দোকানৰ পৰা ৰেশ্বন লোৱা সম্ভৱ নহয়। কাৰণ আমাৰ ইয়াৰ পৰা সেই দোকানলৈ বহুত দুৰ। আপোনাৰ ৰেশ্বন এলেকাৰ ভিতৰতে ৰেশ্বন দোকান নং......... মোৰ বাবে সুবিধাজনক হ'ব।
সেয়েহে মোৰ অনুৰোধ, আপুনি অনুগ্ৰহ কৰি মোৰ ৰেশ্বন দোকান পৰিবৰ্ত্তন কৰি দিলে আমাৰ ৰেশ্বন অনায়াসে তুলিব পাৰে।
ধন্যবাদ ।
আবেদনকাৰীৰ ঠিকনা আপোনাৰ বিশ্বাসী
তাৰিখ --- ....................


0 Comments