স্কেটচ
সামান্য কেইডালমান ৰেখাৰে সহায়ত দ্ৰুত আৰু কম সময়ত সাবলীল ভাবে কোনো বস্তু বা মামুহ বা আন বিষয়ৰ ৰূপ অকাকে স্কেটচ বোলে। এই প্ৰক্ৰিয়াত বস্তু বা মানুহ বস বিষয়ৰ গঠনগত বৈশিষ্ট আৰু ভঙ্গিমা ফুটি উঠিব লাগীব। অনৰ্থক ৰেখাৰে কৰিব নালাগিব। মূল ছবি অকাৰ পূৰ্বে যি খচৰা ছবি কাম ৰেখাৰে আকি লোৱা হয় তাকে স্কেচ বুলি কয়। কোনো কোনো শিল্পীৰ এই খচৰা ছবি বা স্কেচো পূৰ্ণ ছবিৰ দৰে নিখুত হয়। মাইকেল এঞ্জেলো, লিউনাৰ্ডো ড্যা ভিঞ্চি, ৰাফেল, ৰেমব্ৰান্ট আৰু ভাৰতৰ নন্দলাল বসু, ৰামকিঙ্কৰ বেজ আদিৰ স্কেচ পূৰ্ণ ছবিৰ দৰে সৰ্বাঙ্গ সুন্দৰ।

0 Comments