প্ৰতি
ৰেশ্বনিং অফিচাৰ,
(............জোন)
মহাশয়,
মোৰ......জনীয়া পৰিয়ালৰ কোনোজনৰে ৰেশ্বন কাৰ্ড নাই। এই বিষয়ে তলত বিস্তাৰিত বিৱৰণ দিলো। অনুগ্ৰহ কৰি সকলোৰে প্ৰয়োজনীয় ৰেশ্বন কাৰ্ড দি বাধিত কৰিব।
এই বিষয়ে আপোনাক জনাও যে, আগতে মই পৰিয়ালৰ সৈতে....ত আছিলো আৰু তাৰ পৰা গুচি অহাৰ সময়ত আমাৰ ৰেস্বনকাৰ্ডবোৰ তাত থকা কৰ্ত্তৃপক্ষৰ ওচৰত জমস দি আহিছো। (যেতিয়া প্ৰয়োজন হ'ব ৰেশ্বন কাৰ্ড জমা দিয়া ৰছিদ আপোনাক দেখুৱাম/দিম । মই পৰিয়ালৰ সকলোকে লৈ....তাৰিখে ইয়ালৈ আহিছো আৰু তেতিয়াৰ পৰাই ওপৰৰ ঠিকনাত বাস কৰিছো।
এই বিষয়ে অতি সোনকাকে বিহিত ব্যৱস্থা ল'লে উপকৃত হ'ম।
ধন্যবাদ ।
ইতি
পৰিয়ালৰ সদস্য : আপোনাৰ বিশ্বাসী
.................
দৰখাস্তকাৰীৰ ঠিকনা


0 Comments