কোনজন প্ৰকৃত

কোনজন প্ৰকৃত

A story by Janmoon Rajkumari..
Art by Spandan Gogoi...

কোনজন প্ৰকৃত

        --জান, তুমি কৰ্মঠ হোৱাটোৱে বিচাৰো মই। তোমাৰ সফলতাই মোৰ কাম্য। তুমি লিখি যোৱা।

 ভাল লিখিলে তোমাৰ কাহিনীৰ স্কিপ্ট বনাই মই চিনেমা বা কোনোবা চেনেলত চিৰিয়েল বানম।

কৰনাৰ আঁতংক, লকডাউন স্কুল বন্ধ ইত্যাদি বশত মোৰ ৮ বছৰীয়া ল'ৰাটো কিবা হৈ গৈছে। কাৰো কথা নুশুনা। সি গুৱাহাটিত থাকোতে এনে নাছিল। গাৱলৈ একেবাৰে অহাৰ পাছত হে। কি যে কঁৰো।
 কথাবোৰ ভাবি পুৱা ৩ টাতে উঠি খেলি ফুৰা ১ বছৰীয়া সৰু ল'ৰাটোক গাখীৰ খোৱাই শুৱাবলৈ যত্ন কৰি থাকোতেই কাণত এটা শব্দ পৰিল।

    --জান, লৰাই ৰাতিপুৱা ৭ বজাতে যে টি ভি খুলি ল'লে! কি শিক্ষা দিছা তাক ! ৰাতি টোপনি খতি কৰি

 অণুগলু, উপন্যাস লিখি মাথা নষ্ট কৰাত কৈ কিবা ভাল কাম কৰা। ল'ৰাক চোৱা। ডাঙৰটোৱে টি ভি,

 মোবাইল কৰি থকা হৈছে। এইবোৰ বাদ দিয়া কিবা গঠনমূলক চিন্তা কৰা। কি কৰি আছা তুমি?

Thank you for reading 
Please like, comment, and also share with all...

Post a Comment

0 Comments