কোনো পৰিবাহী বা পৰিবাহী গুণসম্পন্ন পদাৰ্থৰ মাজেৰে বৈদ্যুতিক বৰ্তনীটো সম্পৰ্ণ হ'লেহে, সেই বৰ্তনীৰ মাজেৰে বিদ্যুৎ প্ৰবাহ হয়। আগতে কোৱাৰ দৰে যদি চৰায়ে মাটি বা মাটিৰ লগত সংযুক্ত গছ বা আন বস্তু, অথবা আন এডাল পৰিবাহী স্পৰ্শ কৰি থাকিলহেঁতেন, তেন্তে চৰাইৰ দেহৰ মাজেদিয়েই বিদ্যুৎ বৰ্তনীটো সম্পুৰ্ণ হৈ বৈদ্যুতিক প্ৰবাহ হ'লহেঁতেন। বেছিভাগ ক্ষেত্ৰতে এই চৰ্ত পূৰণ নোহোৱা বাবে চৰাইবোৰ নিৰাপদভাৱে উচ্চ বিভবযুক্ত বৈদ্যুতিক তাঁৰত বহি থাকিব পাৰে।
- Home
- About Us
- Art & Painting
- Magazine & Novel Books
- School Book
- _Class 9
- __ENGLISH
- _Class 10 (Coming soon)
- English
- _Facts
- _Quotes and Speeches
- _Biography
- _Applications/Letters
- _Essays
- _Story's
- ASSAMESE
- _Facts
- _Poem
- _Assamese Story's
- __Short Story's
- __Love Story's
- __Horror (Coming soon)
- __Thriller ( Coming soon)
- _Letters
- _Essays (Coming Soon)
- _Biography (Coming Soon)
- NEWS


0 Comments