চিত্ৰ আৰু ভাস্কৰ্য‍্য

চিত্ৰ আৰু ভাস্কৰ্য‍্য

    

        পৃথিবীত ভাব প্ৰকাশৰ যিমানবোৰ মাধ্যম আছে তাৰ ভিতৰত চিত্ৰ আৰু ভাস্কৰ্য‍্যই একমাত্ৰ মাধ্যম যাৰ দ্বাৰা সহজে আৰু ভাষাৰ ব্যৱধান নথকাকৈ মনৰ ভাব প্ৰকাশ কৰিব পাৰি। চিত্ৰ আৰু ভাস্কৰ্ক্যৰ মাজত প্ৰৰ্থক্য আছে। চিত্ৰ কাগজ, বেৰ, কেনভাচ ইত্যাদিত ৰঙ ৰেখাৰ উপস্থিতেৰে প্ৰকাশ কৰে তেনেদৰে মাটি, চিমেন্ট, বা আন পদাৰ্থ নিজ ইচ্ছাত ৰূপদান কৰি ভাস্কৰ্য‍্য তৈয়াৰ কৰি ভাৱ প্ৰকাশ কৰে। দ্বিমাত্ৰিক পৰিতলৰ ওপৰত (কাগজ বা কেনভাচ) দৃশ্যমান জগতৰ অংশ পৰিপ্ৰেক্ষীত ৰীতি, ৰঙ ৰেখাৰ প্ৰয়োগ কৰি অকাকে ছবি আৰু স্থূল উপাদানৰ (মাটি, চিমেন্ট ইত্যাদি) সহায়ত ত্ৰিমাত্ৰিক ৰূপৰ নিৰ্মানকে ভাস্কৰ্য‍্য বুলি কয়। চিত্ৰক ত্ৰিমাত্ৰিক কৰা হয় যদিও ই দ্বি মাত্ৰিকহে কিন্তু ভাস্কৰ্য‍্য নিজে ত্ৰিমাত্ৰিক।


Post a Comment

0 Comments