![]() |
| উন্নয়নশীল (Developing) |
উন্নয়নৰ প্ৰক্ৰিয়া দ্ৰুতভাৱে বা লাহে লাহে চলি থকা যিখন দেশ সম্পূৰ্ণ উন্নত অৱস্থাপ্ৰাপ্ত হোৱা নাই অথচ পিচপৰা আৰু অনুন্নত দেশ বুলিও ক'ব নোৱাৰি, সেই দেশক উন্নয়নশীল দেশ বুলি কোৱা হয়। এনে দেশত উন্নয়নৰ দীৰ্ঘম্যাদী প্ৰক্ৰিয়া চলি থাকে। অনুন্নত আৰু উন্নত দেশবোৰৰ মাজতে উন্নয়নশীল দেশসমূহ অৱস্থিত।



0 Comments