ক'ৰবালৈ যাওঁতে ৰাষ্টাত মেকুৰী আগেৰে পাৰ হৈ গ'লে চালকে অলপ সময়ৰ বাবে গাড়ী ৰখাই দিয়ে কিয়?

ক'ৰবালৈ যাওঁতে ৰাষ্টাত মেকুৰী আগেৰে পাৰ হৈ গ'লে চালকে অলপ সময়ৰ বাবে গাড়ী ৰখাই দিয়ে কিয়?

     ভাৰতকে ধৰি পৃথিৱীৰ বিভিন্ন ঠাইত প্ৰচলিত এই সংস্কাৰ‍ৰ উৎপত্তি ইংলেণ্ডত। আগতে ইংলেণ্ডৰ পৰিয়ালত শিশুসকলে মেকুৰী পুহিছিল। মেকুৰীৰ স'তে খেলি থাকোতে মেকুৰীটো দৌৰি গ'লে পিচে পিচে শিশুটিও দৌৰি আহিব বুলি গাড়ীখন ৰাখি দি সাম্ভাব্য বিপদৰ পৰা আঁতৰত থাকিব বিচাৰিছিল। সেই পৰম্পৰাৰেই আজিও মটৰ গাড়ীৰ চালকে আগেৰে মেকুৰী পাৰ হৈ গ'লে অলপ সময় গাড়ী ৰাখি দিয়ে।

Post a Comment

0 Comments