'এল নিনো' কি?

'এল নিনো' কি?


       প্ৰশান্ত মহাসাগৰীয় কিছু অঞ্চলত কেতিয়াবা সাগৰীয় আৰু মহাসাগৰীয় জলভাগ হঠ‍তে ওপৰলৈ ওফন্দি আহি তীব্ৰ বেগেৰে উপকূলীয় অঞ্চলসমূহ বুৰাই পেলায়; আৰু তাৰ লগতে প্ৰচণ্ড ধুমুহাও বলে। ওফন্দি অহা বেগী জল আৰু ধুমুহাৰ এনে সংমিশ্ৰণকে এল নিনো বুলি কোৱা হয়। এল নিনোয়ে প্ৰতি বছৰে চীন, জাপান, থাইলেণ্ড, ফিলিপাইন আদি দেশত যথেষ্ট ধ্বংসকাৰ্য সংঘটিত কৰে। অৱশ্যে প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ বাহিৰেও আন উপকূলীয় অঞ্চলতো এল নিনো সৃষ্টি হোৱাৰ কথা জনা যায়। আনকি পশ্চিমবংগৰ সীমা অঞ্চলতো এবাৰ 'এল নিনো'ৰ দৰে ধ্বংসাত্মক জল-ধুমুহাৰ সৃষ্টি হৈছিল।

Post a Comment

0 Comments