ৰেশ্বনিং অফিচাৰ (আবেদনকাৰীৰ ঠিকনা)
(....জোন) তাৰিখ -
মহাশয়,
মোৰ ৰেশ্বন কাৰ্ডখন (নং....) বহুদিন ব্যৱহাৰ কৰাৰ বাবে ফালি গৈছে আৰু ময়লাও হৈছে। ॥সেয়েহে সেইখন পৰিবৰ্ত্তন কৰাৰ আৱশ্যক। অনুগ্ৰহ কৰি আপুনি ৰেশ্বন কাৰ্ডখন পৰিবৰ্ত্তন কৰাৰ ব্যৱস্থা কৰিলে বাধিত হ'ম ।
ৰেশ্বন কাৰ্ডখন ইয়াৰ লগতে গাঁঠি দিলো।
ধন্যবাদ। ইতি
আপোনাৰ বিশ্বাসী
`
.......................


0 Comments