ৰেশ্বনিং অফিচাৰ আৰু ঠিকনা
......... অফিচৰ ঠিকনা তাৰিখ--
মহাশয়,
আমাৰ পৰিয়ালৰ ছয়খন ৰেশ্বন কাৰ্ডৰ ভিতৰত দুখন কাৰ্ড শিশুৰ। এই দুখন কাৰ্ডৰ ভিতৰত মোৰ প্ৰথম পুত্ৰ শ্ৰীমান......... ৰ (কাৰ্ড নং)....... তাৰিখে ৮ বছৰ বয়স পূৰ্ণ হৈছে। এইবাবে এই কাৰ্ডখন প্ৰাপ্তবয়স্কৰ কাৰ্ডলৈ পৰিবৰ্ত্তিত হোৱা উচিত।
কাৰ্ডখন ইয়াল লগতে পঠাই দিলো। অনুগ্ৰহ কৰি এই কাৰ্ডখন প্ৰাপ্তবয়স্ক কাৰ্ডলৈ পৰিবৰ্ত্তন কৰি দিব, এয়ে প্ৰাৰ্থনা।
যথাসম্ভৱ শীঘ্ৰে কাৰ্ডখন পৰিবৰ্ত্তন কৰি দিলে বাধিত হ'ম।
ধন্যবাদ ।
সংযোজন : কাৰ্ডখন গাঁঠি দিয়া হ'ল আপোনাৰ বিশ্বাসী
.....................


0 Comments